Assam gk mcq for Assam Govt direct recruitment Grade-III & Grade-IV

Assam Gk Pdf
0

Assam gk,Assamese gk,grade-III & Grade-IV


This Post Assam gk mcq for Assam Govt direct recruitment Grade-III & Grade-IV is the most important for all the jobs seekers who are preparing for 2022 Grade-III & Grade-IV vacancy in Assam.


We Assam gk pdf always try to provide best of best contents to our readers for their success. Today we are going to discuss about some mcq questions related to assam.


অসম জিকে এমচিকিউ প্ৰত্যক্ষ নিযুক্তি লেখাটো অসম চৰকাৰৰ দ্বাৰা ঘোষিত অসমত 2022 গ্ৰেড-3 আৰু গ্ৰেড-4 খালী পদৰ বাবে প্ৰস্তুতি চলাই থকা সকলো চাকৰি প্ৰাৰ্থীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ।


আমি অসম জিকে পিডিএফে সদায় আমাৰ পঢ়ুৱৈসকলক তেওঁলোকৰ সফলতাৰ বাবে সৰ্বশ্ৰেষ্ঠ সমল প্ৰদান কৰিবলৈ চেষ্টা কৰোঁ। আজি আমি অসমৰ সৈতে সম্পৰ্কিত কিছুমান এমচিকিউ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো।


Assam gk mcq for Assam Govt direct recruitment

(1). What is the largest river island in the world?
AnsMajuli is the largest river island in the world.
(১). পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ কি?
উত্তৰ: মাজুলী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ।


(2). What is the smallest river island in the world?
Ans : Umananda is the smallest river island in the world.
(২). পৃথিৱীৰ আটাইতকৈ সৰু নদী দ্বীপ কি?
উত্তৰ : উমানন্দ পৃথিৱীৰ আটাইতকৈ সৰু নদী দ্বীপ।


(3). Where is kaziranga national park situated?
Ans : The Kaziranga National park is situated in Golaghat district and Nagaon district of Assam.
(৩). কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত?
উত্তৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত।


(4). Where is the paper mill of Assam?
Ans : The paper mill of Assam is Jogighopa Jagiroad,Panchgram.
(৪). অসমৰ কাগজ কল ক'ত আছে?
উত্তৰ : অসমৰ যোগীঘোপা জাগীৰোড, পঞ্চগ্ৰাম ত আছে।


(5). Where is the jute mill of Assam?
Ans : Silghat.
(৫). অসমৰ মৰাপাটৰ কল ক'ত আছে?
উত্তৰ : শিলঘাট ত।


(6). How many oil refinery in Assam?
Ans : There are 4 ( Digboi, Bongaigaon,Numaligarh,Noonmati) oil refinery in Assam.
(৬). অসমত কিমানটা তেল শোধনাগাৰ আছে?
উত্তৰ : অসমত ৪( ডিগবৈ, বঙাইগাঁও,নুমলিগড়,নুনমাটি) টা তেল শোধনাগাৰ আছে।


(7). Where is the state museum located in Assam?
Ans : The state museum located in Guwahati Assam.
(৭). অসমত ৰাজ্যিক সংগ্ৰহালয় টো ক'ত অৱস্থিত?
উত্তৰ : গুৱাহাটী ত অৱস্থিত।


(8). Where is the Tea Auction centre in Assam?
Ans : Guwahati.
(৮). অসমৰ চাহ নিলাম কেন্দ্ৰ ক'ত আছে?
উত্তৰ : গুৱাহাটী ত।


(9). Where is the Tea research centre in Assam?
Ans : Jorhat.
(৯). অসমৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে?
উত্তৰ : যোৰহাট ত।


(10). Where is the Regional Science centre in Assam?
Ans : Guwahati.
(১০). অসমৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক'ত আছে?
উত্তৰ : গুৱাহাটী ত।


(11). Where is Hot-Spring located in Assam?
Ans : Garampani (Golaghat).
(১১). অসমত গৰম পানী উৎস ক'ত আছে?
উত্তৰ : গৰমপানী (গোলাঘাট) ত আছে।


(12). Who was the first king of Kamrup?
Ans. Mahirang Danav.
(১২). কামৰূপৰ প্ৰথম ৰজা জন কোন আছিল?
উত্তৰ : মহীৰংগ দানৱ


(13). Who built Agnigarh?
Ans. Ban Raja.
(১৩). অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : বাণ ৰজাই


(14). Who was the first King of the Ahoms?
Ans. Sukafa.
(১৪). আহোম সকলৰ প্ৰথম স্বৰ্গদেউ কোন আছিল?
উত্তৰ : স্বৰ্গদেউ চুকাফা আছিল।


(15). The word history is derived from which language?
Ans. From Tai-Ahom language.
(১৫). বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে?
উত্তৰ : টাই-আহোম ভাষাৰ পৰা।


Assam gk mcq for Assam Govt direct recruitment

(16). How many years did the Ahoms rule in Assam?
Ans. 600 years.
(১৬). আহোম সকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰ : আহোম সকলে অসমত প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰিছিল।


(17). When was the Saraighat war?
Ans. In 1671 AD.
(১৭). কেতিয়া শৰাইঘাট যুদ্ধ হৈছিল?
উত্তৰ : ১৬৭১ খ্ৰীষ্টাব্দত


(18). Where was the first capital of Ahom?
Ans. Charaideo.
(১৮). আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল?
উত্তৰ : চৰাইদেউ


(19). Where was the last capital of ahom state?
Ans. In Jorhat.
(১৯). আহোম ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল?
উত্তৰ : যোৰহাটত


(20). What is the name of the first history book in Assam?
Ans. Assam History.
(২০). অসমৰ প্ৰথম বুৰঞ্জী গ্ৰন্থখনৰ নাম কি?
উত্তৰ : আসাম বুৰঞ্জী


(21). Since when was the Constitution of India in force?
Ans. From 26th January 1950.
(২১). ভাৰতৰ সংবিধান খন কেতিয়াৰ পৰা বলবৎ হৈছিল?
উত্তৰ : ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা।


(22). Who was the author of the first history of Assam?
Ans. Holiram Dhekial Phukan.
(২২). অসমৰ প্ৰথম বুৰঞ্জী খনৰ লেখক কোন আছিল?
উত্তৰ : হলিৰাম ঢেকিয়াল ফুকন


(23). When was digbai oil refinery set up?
Ans. In 1901.
(২৩). কিমান চনত ডিগবৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল?
উত্তৰ : ১৯০১ চনত


(24). Who was the first Assamese person to win gold medal at the Asian Games?
Ans. Bhogeshwar Baruah.
(২৪). এছিয়ান গেমছত স্বৰ্ণ বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন আছিল?
উত্তৰ : ভোগেশ্বৰ বৰুৱা


(২৫). শংকৰদেৱে কাক অপ্ৰমাদী কবি বুলি আখ্যা দিছিল?
উত্তৰ : মাধৱ কন্দলীক


(26). Who is called Assamese Vedvyas?
Ans. Ram Saraswati .
(২৬). কাক অসমীয়া বেদব্যাস বুলি কোৱা হয়?
উত্তৰ : ৰাম সৰস্বতী ক।


(27). Who painted the paintings of the book Of Hastibidyanava?
Ans. Dilbar.
(২৭). হস্তীবিদ্যাণৱ গ্ৰন্থৰ চিত্ৰ সমূহ কোনে অংকন কৰিছিল?
উত্তৰ : দিলবৰে


(28). What is the name of the Assamese translation of the Bible?
Ans. Dharmapustak.
(২৮). বাইবেলৰ অসমীয়া অনুবাদ খনৰ নাম কি?
উত্তৰ : ধৰ্ম পুস্তক


(29). In When did EVM start?
Ans. Since 1998.
(২৯). কিমান চনত EVM ব্যৱহাৰ আৰম্ভ হৈছিল?
উত্তৰ : ১৯৯৮ চনৰ পৰা।


(30). Who translate Mahabharata in to Assamese?
Ans. Ramsarswati.
(৩০). মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল?
উত্তৰ : ৰামসৰস্বতী য়ে।

Assam gk,Assamese gk,grade-III & Grade-IV



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !