Teaching and non-teaching position posts in Nirmal Haloi College Assam.
নিৰ্মল হাল'ই মহাবিদ্যালয় অসমত শিক্ষকতা আৰু অশিক্ষকতা পদ।
Nirmal Haloi College Assam is inviting applications from eligible candidates for the posts of Assistant Professor and Junior Assistant.
অসমৰ নিৰ্মল হাল'ই মহাবিদ্যালয়ে সহকাৰী অধ্যাপক আৰু কনিষ্ঠ সহায়ক পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আৱেদন আমন্ত্ৰণ কৰিছে।
Name of post :
Assistant Professor in Economics
No. of posts : 1
পদৰ নাম :
অৰ্থনীতিৰ সহকাৰী অধ্যাপক।
পদৰ সংখ্যা : ১
Qualification :
The educational qualification for Assistant Professor is as per Govt. OM No. AHE/239/2021/ 68 dated 24/01/2022
অৰ্হতা :
সহকাৰী অধ্যাপকৰ বাবে শিক্ষাগত অৰ্হতা চৰকাৰী OM নম্বৰ এ.এইচ.ই./২৩৯/২০২১/৬৮ তাৰিখ ২৪/০১/২০২২ অনুসৰি।
Name of post :
Junior Assistant
No. of posts : 2
পদৰ নাম : কনিষ্ঠ সহায়ক ।
পদৰ সংখ্যা : ২
Qualification :
For the post of Junior Assistant, the candidate must be a graduate in any discipline with diploma / certificate in Computer Application (English & Assamese) of at least 3 months duration.
অৰ্হতা :
কনিষ্ঠ সহায়ক পদৰ বাবে, প্ৰাৰ্থীজন কমেও ৩ মাহৰ কম্পিউটাৰ এপ্লিকেচন (ইংৰাজী আৰু অসমীয়া)ত ডিপ্লোমা / প্ৰমাণপত্ৰৰ সৈতে যিকোনো শাখাত স্নাতক হ'ব লাগিব।
Posts in Nirmal Haloi College Assam
Age Limit :
Age limit and relaxation (all posts) as per Govt. rules
বয়সৰ সীমা :
বয়সৰ সীমা আৰু শিথিলতা (সকলো পদ) ৰ বাবে চৰকাৰী নিয়ম অনুসৰি নিৰ্ধাৰণ কৰা হ'ব।
How to apply :
Candidates can send their applications with all testimonials from HSLC onwards to Principal, Nirmal Haloi College, Patacharkuchi, Barpeta, Assam, PIN-781326 within June 6, 2022.
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে মেট্ৰিকৰ পৰা আৰম্ভ কৰি সকলো শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰৰ লগত তেওঁলোকৰ আবেদনপত্ৰ অধ্যক্ষ, নিৰ্মল হালোই মহাবিদ্যালয়, পাটাচাৰকুচি, বৰপেটা, অসম, পিন-৭৮১৩২৬ লৈ ৬ জুন, ২০২২-ৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব পাৰে।
Applications should be in the format prescribed by DHE for the post of Assistant Professor and Assam Gazette Part IX Standard form for the post of Junior Assistant.
সহকাৰী অধ্যাপক পদৰ আৱেদন সমূহ ডি.এইচ.ই.-য়ে নিৰ্ধাৰণ কৰা অসম গেজেট অংশ নৱম মানক প্ৰতিলিপিত আৱেদন কৰিব লাগিব।
The applications must be accompanied with a bank draft of Rs. 1500/- for Assistant Professor and Rs. 500/- for Junior Assistant in favour of Principal N H College, Patacharkuchi payable at AGV Bank, Pathsala or the deposit receipt of direct transfer to the following Account No. 7111010000773, IFSC – PUNB0RRBAGB.
আৱেদন কাৰীয়ে সহকাৰী অধ্যাপকৰ বাবে ১৫০০/- টকা আৰু কনিষ্ঠ সহায়কৰ বাবে ৫০০/- টকাৰ বেঙ্ক খচৰা পাটাচাৰকুচিৰ অধ্যক্ষ এন এইচ মহাবিদ্যালয়, পাঠশালাৰ নিম্নলিখিত একাউণ্ট নং ৭১১১০১০০০০৭৭৩ ,আইএফএছচি –PUNB0RRBAGB লৈ পোনপটীয়া স্থানান্তৰৰ জমা প্ৰাপ্তি গাঁঠি দিব লাগিব।
Official Advertisement :👉 Click Here

