Assam job :Junior Assistant Grade-III vacancies in S.B. Deorah College

Assam Gk Pdf
0
Assam career, jobs in Assam, Grade-III jobs in Assam


Sreenivas Basudev (S.B.) Deorah College, Guwahati is inviting applications from eligible candidates for the post of Junior Assistant Grade-III.


শ্ৰীনিবাস বসুদেৱ (এছ.বি) দেউৰা (গুৱাহাটী) মহাবিদ্যালয়ে তৃতীয় শ্ৰেণীৰ কনিষ্ঠ সহায়ক পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে।


Name of post : Junior Assistant (Grade III).


পদৰ নাম : তৃতীয় শ্ৰেণীৰ কনিষ্ঠ সহায়ক।


Eligibility Criteria :
  • The applicants must be Graduate in Arts/ Science/ Commerce.
  • Diploma or Certificate Course on Computer operation of minimum three months duration.
  • The candidates must be permanent resident of Assam and must know the local language.

প্ৰয়োজনীয় যোগ্যতা সমূহ :
  • আৱেদনকাৰীসকল কলা/ বিজ্ঞান/ বাণিজ্য যিকোনো এটা শাখাৰ স্নাতক হ'ব লাগিব।
  • নিম্নতম তিনি মাহৰ প্ৰামাণিক কম্পিউটাৰ  ওপৰত ডিপ্লোমা বা প্ৰমাণপত্ৰ থাকিব লাগিব।
  • প্ৰাৰ্থীসকলে অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে স্থানীয় ভাষা জানিব লাগিব।

Age limit :
The upper age imit will be as per the Govt. OM No. ABP./2016/51 dated 2/9/2020. In service candidates must apply through proper channel with NOC from the concerned authority.


বয়সৰ সীমা :
বয়সৰ ক্ষেত্ৰত  চৰকাৰৰ ও.এম. নম্বৰ এবিপি./2016/51 তাৰিখ 2/9/2020 অনুসৰি মানি চলা হ'ব। ইয়াৰ উপৰিও কোনো সেৱাত ব্ৰতী থকা প্ৰাৰ্থীসকলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা এন.অ.চি.-ৰ সৈতে সঠিক ভাৱে আবেদন কৰিব লাগিব।


Selection Procedure :
The selection procedure will be as per Guidelines DHE/CE/Misc/41/2016/49 dated 09/02/2017 & DHE/CE/Misc/41/2015/12 dated 29/04/2017.


বাছনি প্ৰক্ৰিয়া :
বাছনি প্ৰক্ৰিয়া ডি.এইচ.ই/চি.ই/এম আই এছ চি/৪১/২০১৬/৪৯ তাৰিখ ০৯/০২/২০১৭ আৰু ডি.এইচ.ই/চি.ই/এম আই এছ চি/৪১/২০১৫/১২ তাৰিখ ২৯/০৪/২০১৭ তাৰিখৰ নিৰ্দেশনা অনুসৰি হ'ব।


Assam job :Junior Assistant Grade-III vacancies in S.B. Deorah College

How to apply : Candidates can send their applications in Assam Gazette (Part IX) Standard Form with complete Bio-data (with Mobile Number and Email id) along with a bank Demand Draft of Rs.500/- drawn in favour of Principal, S. B. Deorah College, payable at SBI, South Guwahati branch. The applications must reach the Principal, S.B. Deorah College, Ulubari, Guwahati-781007 within June 12, 2022.



কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে সম্পূৰ্ণ  শিক্ষাগত প্ৰামাণিক তথ্যৰ সৈতে (ম'বাইল নম্বৰ আৰু ইমেইল আইডিৰ) অসম গেজেটেত (নৱম) প্ৰ-পত্ৰত তেওঁলোকৰ আৱেদন প্ৰেৰণ কৰিব লাগিব আৰু লগতে দক্ষিণ গুৱাহাটী শাখাৰ এছবিআইত পৰিশোধ যোগ্য এছ.বি দেওৰা মহাবিদ্যালয়ৰ অধ্যক্ষৰ পক্ষত  ৫০০/- টকাৰ বেঙ্ক ডিমাণ্ড ড্ৰাফ্ট প্ৰেৰণ কৰিব লাগিব। আৱেদনসমূহ ১২ জুন, ২০২২ তাৰিখৰ ভিতৰত অধ্যক্ষ, এছ.বি দেওৰা মহাবিদ্যালয়, উলুবাৰী, গুৱাহাটী-৭৮১০০৭-ত পোৱাকৈ পঠাব লাগিব।


Official Advertisement:👉 Click here.


Also read:👉Assam Career : Grade III and Grade IV vacancies in Silapathar College.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !